Mayuri Goswami, Author at Assam Talks https://assamtalks.com/?author=14 An Assamese News TV Channel Sun, 11 May 2025 12:50:53 +0000 en-US hourly 1 https://wordpress.org/?v=6.9.10 https://assamtalks.com/wp-content/uploads/2021/09/assam-talks-apps-icon.png Mayuri Goswami, Author at Assam Talks https://assamtalks.com/?author=14 32 32 জন্নতত জল্লাদৰ উন্মাদনা https://assamtalks.com/?p=2112 Sun, 11 May 2025 12:44:54 +0000 https://assamtalks.com/?p=2112 ১১ মে’, ২০২৫ঃ প্ৰকৃতিৰ ভূ-স্বৰ্গ কাশ্মীৰ। বহু পৰ্যটকৰ বাবে জন্নত আছিল কাশ্মীৰ। গ্ৰীষ্ম বন্ধত কাশ্মীৰ যোৱাৰ পৰিকল্পনা আপুনিও কৰিছিল নেকি? তেন্তে ৰ’ব! কাশ্মীৰৰ সৌন্দৰ্য, কাশ্মীৰৰ শোভা, কাশ্মীৰৰ পৰ্যটনস্থলী কি,সেয়া বেলেগ…

The post জন্নতত জল্লাদৰ উন্মাদনা appeared first on Assam Talks.

]]>
১১ মে’, ২০২৫ঃ প্ৰকৃতিৰ ভূ-স্বৰ্গ কাশ্মীৰ। বহু পৰ্যটকৰ বাবে জন্নত আছিল কাশ্মীৰ। গ্ৰীষ্ম বন্ধত কাশ্মীৰ যোৱাৰ পৰিকল্পনা আপুনিও কৰিছিল নেকি? তেন্তে ৰ’ব!

কাশ্মীৰৰ সৌন্দৰ্য, কাশ্মীৰৰ শোভা, কাশ্মীৰৰ পৰ্যটনস্থলী কি,সেয়া বেলেগ কৈ জনোৱাৰ কোনো প্ৰয়োজন নাই,কিন্তু এতিয়া কাশ্মীৰৰ পৰিস্থিতি সুস্থিৰ নহয়,মনোমোহা কাশ্মীৰত এতিয়া যুদ্ধৰ দামামা, নৈৰ জিৰি জিৰি শব্দত প্ৰাণ পাই উঠা প্ৰকৃতিত এতিয়া মাঁথো গোলা-বাৰুদৰ শব্দ। কাশ্মীৰৰ যি সৌন্দৰ্য সেয়া উপভোগ কৰাৰ বাসনা থাকে সকলোৰে ।

“জিন্দেগী মেই এক বাৰ কাশ্মীৰ না দেখা তহ কিয়্যা দেখা”
এয়া আছিল বহুতৰ মুখৰ আগত থকা বাক্য,কিন্তু সেই কাশ্মীৰত এতিয়া যুদ্ধৰ ভয়াৱহ পৰিস্থিতি।

শ্ৰীনগৰৰ গুলমাৰ্গ, ডাল হ্ৰদ স্বালীমাৰ বাগ, মোগল গাৰ্ডেন, আলপথাৰ হ্ৰদ, অপ্ৰাৱত পৰ্বত, বৈষ্ণুদেৱী মন্দিৰ, বেতাৱ উপত্যকা, থাজিৱাচ হিমবাহ, জজিলা, বৈশংকৰ হ্ৰদ এই সমুহ পৰ্যটনস্থলীৰ মনোমোহা শোভাই বাৰুকৈ হাত বাউলি মাতে পৰ্যটকক। কিন্তু ঘটনা সংঘটিত হোৱাৰ তিনিদিনৰ পিছতে প্ৰশাসনৰ নিৰ্দেশনা পৰ্যতনস্থলীসমুহ ততালিকে বন্ধ হ’ব লাগে । পৰৱৰ্তী নিৰ্দেশনা নোপোৱালৈ বিৰত থাকক কাশ্মীৰ ভ্ৰমণৰ পৰা। সুস্থ থাকক। থাকক সতৰ্ক। ভূ-স্বৰ্গ কাশ্মীৰ চিৰকাল দেশৰ অলংকাৰ হৈ থাকক।

The post জন্নতত জল্লাদৰ উন্মাদনা appeared first on Assam Talks.

]]>
2112