@architaphukon Archives - Assam Talks https://assamtalks.com/?tag=architaphukon An Assamese News TV Channel Sun, 13 Jul 2025 10:41:28 +0000 en-US hourly 1 https://wordpress.org/?v=6.9.10 https://assamtalks.com/wp-content/uploads/2021/09/assam-talks-apps-icon.png @architaphukon Archives - Assam Talks https://assamtalks.com/?tag=architaphukon 32 32 ফাদিল অৰ্চিতাৰ মায়াজাল! https://assamtalks.com/?p=2643 Sun, 13 Jul 2025 10:41:28 +0000 https://assamtalks.com/?p=2643 ফাদিল অৰ্চিতাৰ মায়াজাল! দেশজুৰি ভাইৰেল হৈ পৰা অৰ্চিতা ফুকনৰ আঁৰৰ ৰহস্য আহিল পোহৰলৈ৷ কিছুদিন ধৰি সামাজিক মাধ্যমত দ্ৰুত গতিত ভাইৰেল হৈ পৰিছিল এটা বিশেষ একাউণ্ট৷ যি একাউন্টে তোলপাৰ লগাইছিল সামাজিক…

The post ফাদিল অৰ্চিতাৰ মায়াজাল! appeared first on Assam Talks.

]]>
ফাদিল অৰ্চিতাৰ মায়াজাল!

দেশজুৰি ভাইৰেল হৈ পৰা অৰ্চিতা ফুকনৰ আঁৰৰ ৰহস্য আহিল পোহৰলৈ৷
কিছুদিন ধৰি সামাজিক মাধ্যমত দ্ৰুত গতিত ভাইৰেল হৈ পৰিছিল এটা বিশেষ একাউণ্ট৷

যি একাউন্টে তোলপাৰ লগাইছিল সামাজিক মাধ্যমত৷
অৰ্চিতাৰ প্ৰাক্তন প্ৰেমিক প্ৰতিম বৰাক গ্ৰেপ্তাৰৰ পিছতে ওলাই পৰিল অৰ্চিতা ফুকনৰ আচল ৰহস্য৷তিনিচুকীয়াত ঘৰ ধৃত প্ৰতিম বৰাৰ। AI সঁজুলি ব্যৱহাৰ কৰি মৰ্ফড ছবি চলাচল কৰাৰ বাবে গ্ৰেপ্তাৰ অভিযুক্ত প্ৰতিম বৰাক৷ ডিব্ৰুগড় থানাত এজাহাৰ দাখিল অৰ্চিতা ফুকনৰ৷

তথ্য অনুসৰি, অৰ্চিতা ফুকন আমেৰিকাৰত বাস নকৰে, বৰঞ্চ ডিব্ৰুগড়ৰ এগৰাকী বিবাহিতা মহিলাহে অৰ্চিতা ফুকন৷

অভিযোগ অনুসৰি, অৰ্চিতা ফুকনক বদনাম কৰিবলৈ হে প্ৰাক্তন প্ৰেমিকে সংঘটিত কৰিছিল এই কু-কাণ্ড। অৰ্চিতাৰ বিভিন্ন ফটো মৰ্ফ কৰিছিল প্ৰতিম বৰা নামৰ তিনিচুকীয়াৰ যুৱকজনে৷ আচলতে চাইবাৰ ক্ৰাইমৰ হে বলি হৈছিল অৰ্চিতা ফুকন নামৰ মহিলাগৰাকী৷
ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিম বৰাক গ্ৰেপ্তাৰৰ কৰি তদন্ত অব্যাহত ৰাখে৷

The post ফাদিল অৰ্চিতাৰ মায়াজাল! appeared first on Assam Talks.

]]>
2643