cmoassam Archives - Assam Talks https://assamtalks.com/?tag=cmoassam An Assamese News TV Channel Thu, 10 Apr 2025 03:36:44 +0000 en-US hourly 1 https://wordpress.org/?v=6.9.10 https://assamtalks.com/wp-content/uploads/2021/09/assam-talks-apps-icon.png cmoassam Archives - Assam Talks https://assamtalks.com/?tag=cmoassam 32 32 কেতিয়া বিদ্যালয়লৈ আহিব,কেতিয়া বিদ্যালয়ৰ পৰা যাব পাৰিব শিক্ষকসকল?শিক্ষকসকললৈ নতুন নিৰ্দেশনা https://assamtalks.com/?p=1701 Thu, 10 Apr 2025 03:36:43 +0000 https://assamtalks.com/?p=1701 ‘শিক্ষক সমাজ’লৈ কঠোৰ নিৰ্দেশনা ‘শিক্ষা বিভাগ’ৰ।পুৱা ৯ বজাৰ আগতে উপস্থিত হ’ব লাগিব বিদ্যালয়ত শিক্ষকে বাধ্যতামূলক উপস্থিতি দিব লাগিব ‘শিক্ষা এপ’ত।‘একেৰাহে তিনিদিন উপস্থিতি নিদিলে নৈমত্তিক ছুটী গণ্য হ’ব’ নৱম-দ্বাদশ শ্ৰেণী পৰ্যন্ত…

The post কেতিয়া বিদ্যালয়লৈ আহিব,কেতিয়া বিদ্যালয়ৰ পৰা যাব পাৰিব শিক্ষকসকল?শিক্ষকসকললৈ নতুন নিৰ্দেশনা appeared first on Assam Talks.

]]>
‘শিক্ষক সমাজ’লৈ কঠোৰ নিৰ্দেশনা ‘শিক্ষা বিভাগ’ৰ।পুৱা ৯ বজাৰ আগতে উপস্থিত হ’ব লাগিব বিদ্যালয়ত

শিক্ষকে বাধ্যতামূলক উপস্থিতি দিব লাগিব ‘শিক্ষা এপ’ত।‘একেৰাহে তিনিদিন উপস্থিতি নিদিলে নৈমত্তিক ছুটী গণ্য হ’ব’

নৱম-দ্বাদশ শ্ৰেণী পৰ্যন্ত শিক্ষাদান কৰিব লাগিব PG শিক্ষকে।দিনৰ ২.০৫ বজালৈ খোলা থাকিব লাগিব প্ৰাথমিক বিদ্যালয়

MEৰ পৰা HSS পৰ্যন্ত ৩.২৫ বজালৈ খোলা থাকিব লাগিব।১০ বজাৰ আগতে অনা শিক্ষক উপস্থিত হ’ব লাগিব বিদ্যালয়ত

৪.৩০ বজাপৰ্যন্ত অনা শিক্ষক বিদ্যালয়ত উপস্থিত থাকিব লাগিব।

The post কেতিয়া বিদ্যালয়লৈ আহিব,কেতিয়া বিদ্যালয়ৰ পৰা যাব পাৰিব শিক্ষকসকল?শিক্ষকসকললৈ নতুন নিৰ্দেশনা appeared first on Assam Talks.

]]>
1701