doboka Archives - Assam Talks https://assamtalks.com/?tag=doboka An Assamese News TV Channel Mon, 28 Apr 2025 16:58:05 +0000 en-US hourly 1 https://wordpress.org/?v=6.9.10 https://assamtalks.com/wp-content/uploads/2021/09/assam-talks-apps-icon.png doboka Archives - Assam Talks https://assamtalks.com/?tag=doboka 32 32 ডবকা আৰক্ষীৰ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান https://assamtalks.com/?p=1693 Wed, 09 Apr 2025 08:20:46 +0000 https://assamtalks.com/?p=1693 ডবকা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । ডবকা চহৰত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে এটা সৰবৰাহকাৰী। ধৃত সৰবৰাহকাৰীটো ডবকাৰ বুঢ়িগাঁৱৰ ১০ নং ৱাৰ্ডৰ বিল্লাল উদ্দিন। সৰবৰাহকাৰীটোৰ কবলৰ পৰা ২১ টা ড্ৰাগছ…

The post ডবকা আৰক্ষীৰ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান appeared first on Assam Talks.

]]>
ডবকা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । ডবকা চহৰত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে এটা সৰবৰাহকাৰী। ধৃত সৰবৰাহকাৰীটো ডবকাৰ বুঢ়িগাঁৱৰ ১০ নং ৱাৰ্ডৰ বিল্লাল উদ্দিন।

সৰবৰাহকাৰীটোৰ কবলৰ পৰা ২১ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰিবৱলৈ সক্ষম হয় আৰক্ষী। জব্দ কৰা ড্ৰাগছ খিনিৰ পৰিমাণ ৩০ গ্ৰাম।

ধৃত সৰবৰাহকাৰীটো পূৰ্বেও ড্ৰাগছ সৰবৰাহৰ অভিযোগত বহুবাৰ জে’ললৈ গৈছিল । এক গোপন তথ্যৰ ভিত্তিত ডবকা আৰক্ষীয়ে চলাইছিল এই অভিযান।

The post ডবকা আৰক্ষীৰ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান appeared first on Assam Talks.

]]>
1693