#rainydays Archives - Assam Talks https://assamtalks.com/?tag=rainydays An Assamese News TV Channel Fri, 04 Jul 2025 14:04:33 +0000 en-US hourly 1 https://wordpress.org/?v=6.9.9 https://assamtalks.com/wp-content/uploads/2021/09/assam-talks-apps-icon.png #rainydays Archives - Assam Talks https://assamtalks.com/?tag=rainydays 32 32 সাৱধান! প্ৰবল বৃষ্টিপাতে কঁপাব ৰাজ্য https://assamtalks.com/?p=2579 Fri, 04 Jul 2025 14:04:33 +0000 https://assamtalks.com/?p=2579 সাৱধান! প্ৰবল বৃষ্টিপাতে কঁপাব ৰাজ্য যিকোনো মুহূৰ্তত ৰাজ্যত বতৰে ল’ব পাৰে প্ৰতিকূল ৰূপ৷ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজি জাৰি কৰিছে বিশেষ সতৰ্কবাণী। ৰাজ্যত যিকোনো মুহূৰ্তত হ’ব পাৰে প্ৰবল বৃষ্টিপাত আহিব…

The post সাৱধান! প্ৰবল বৃষ্টিপাতে কঁপাব ৰাজ্য appeared first on Assam Talks.

]]>
সাৱধান! প্ৰবল বৃষ্টিপাতে কঁপাব ৰাজ্য

যিকোনো মুহূৰ্তত ৰাজ্যত বতৰে ল’ব পাৰে প্ৰতিকূল ৰূপ৷ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজি জাৰি কৰিছে বিশেষ সতৰ্কবাণী। ৰাজ্যত যিকোনো মুহূৰ্তত হ’ব পাৰে প্ৰবল বৃষ্টিপাত আহিব পাৰে বতাহ ধুমুহা, বিজুলী ঢেৰেকনি।
ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কিছু ৰাজ্যত আগন্তুক ৫ দিনলৈ আহিব বৰষুণ ৷ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞানে সদৰী কৰিলে এই তথ্য৷ আগন্তুক ৫ দিনলৈ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কিছু ৰাজ্যৰ বিভিন্ন স্থানত পাতলীয়া আৰু মজলীয়া বৰষুণ হোৱাৰ সম্ভৱনা৷ বতৰ বিজ্ঞানীয়ে দিয়া সতৰ্কতা অনুসৰি আজি ২৪ ঘণ্টাৰ ভিতৰত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কিছু ৰাজ্যৰ ভিন্ন প্ৰান্তত বিজুলী ধেৰেকণীৰ লগতে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । ঠিক তেনেদৰে আগন্তুক ৮ জুলাইলৈ ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ কিছু কিছু স্থানত বিজুলী ধেৰেকণীৰ লগতে ধাৰাসাৰ বৃৃষ্টিপাত
হোৱাৰ সম্ভাৱনা ।

The post সাৱধান! প্ৰবল বৃষ্টিপাতে কঁপাব ৰাজ্য appeared first on Assam Talks.

]]>
2579