recover Archives - Assam Talks https://assamtalks.com/?tag=recover An Assamese News TV Channel Fri, 11 Apr 2025 12:08:29 +0000 en-US hourly 1 https://wordpress.org/?v=6.9.9 https://assamtalks.com/wp-content/uploads/2021/09/assam-talks-apps-icon.png recover Archives - Assam Talks https://assamtalks.com/?tag=recover 32 32 লাহোৱালত জব্দ ১১টাকৈ কেঁকো সাপ… https://assamtalks.com/?p=1713 Fri, 11 Apr 2025 12:03:37 +0000 https://assamtalks.com/?p=1713 ডিব্ৰুগড় জিলাৰ লাহোৱালৰ চান ফিষ্ট ধাবাত ১১টা কেঁকো সাপ জব্দ। ডিব্ৰুগড় আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰে নিষিদ্ধ কেকোঁ সাপকেইটা। লগতে আৰক্ষীয়ে কেঁকো সাপ সৰবৰাহত জড়িত ৩ জনক…

The post লাহোৱালত জব্দ ১১টাকৈ কেঁকো সাপ… appeared first on Assam Talks.

]]>
ডিব্ৰুগড় জিলাৰ লাহোৱালৰ চান ফিষ্ট ধাবাত ১১টা কেঁকো সাপ জব্দ। ডিব্ৰুগড় আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰে নিষিদ্ধ কেকোঁ সাপকেইটা।

লগতে আৰক্ষীয়ে কেঁকো সাপ সৰবৰাহত জড়িত ৩ জনক আটক কৰিবলৈ সক্ষম হয়। আটক কৰা কেইজনৰ পৰা As23w5506 নম্বৰৰ এখন I20 বাহন আৰু As06 Af0276 নম্বৰৰ এখন মটৰচাইকেল জব্দ কৰিবলৈ সক্ষম হয়।

কেঁকো সাপ সৰবৰাহকাৰী ক্ৰমে দেবাশীষ দহোটীয়া, মানস দহোটীয়া আৰু দিপাংকৰ ঘৰফলীয়া।

The post লাহোৱালত জব্দ ১১টাকৈ কেঁকো সাপ… appeared first on Assam Talks.

]]>
1713