Home » লাহোৱালত জব্দ ১১টাকৈ কেঁকো সাপ…

লাহোৱালত জব্দ ১১টাকৈ কেঁকো সাপ…

by admin
0 comments

ডিব্ৰুগড় জিলাৰ লাহোৱালৰ চান ফিষ্ট ধাবাত ১১টা কেঁকো সাপ জব্দ। ডিব্ৰুগড় আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰে নিষিদ্ধ কেকোঁ সাপকেইটা।

লগতে আৰক্ষীয়ে কেঁকো সাপ সৰবৰাহত জড়িত ৩ জনক আটক কৰিবলৈ সক্ষম হয়। আটক কৰা কেইজনৰ পৰা As23w5506 নম্বৰৰ এখন I20 বাহন আৰু As06 Af0276 নম্বৰৰ এখন মটৰচাইকেল জব্দ কৰিবলৈ সক্ষম হয়।

কেঁকো সাপ সৰবৰাহকাৰী ক্ৰমে দেবাশীষ দহোটীয়া, মানস দহোটীয়া আৰু দিপাংকৰ ঘৰফলীয়া।

You may also like

About Us

Assam Talks is an Indian Assamese-language news channel based in Guwahati.

Feature Posts

Guide Map