Thursday, October 1, 2026
Eng
Home » মৃত্যু হ’ল ACP প্ৰদ্যুমনৰ!সামাজিক মাধ্যমযোগে চনী টিভিয়ে জনালে এই কথা

মৃত্যু হ’ল ACP প্ৰদ্যুমনৰ!সামাজিক মাধ্যমযোগে চনী টিভিয়ে জনালে এই কথা

by admin
0 comments

সামাজিক মাধ্যমত ধুমুহা গতিত বিয়পি পৰা এটা খবৰ-“মৃত্যু হ’ল ACP প্ৰদ্যুমনৰ”।আপোনাৰ মোৰ দৰে হাজাৰজনৰ বাবে এটা চিনাকি নাম-ACP প্ৰদ্যুমন। CID নামৰ জনপ্ৰিয় ধাৰাবাহিকখনৰ জৰিয়তে প্ৰতিজন ভাৰতীয়ৰ বাবে চিনাকি হৈ পৰা ACP প্ৰদ্যুমনক কেন্দ্ৰ কৰি আহিছে এটা দুখবৰ।


সামাজিক মাধ্যমত চনী টিভিৰ এটা বিশেষ পোষ্ট,য’ত লিখা হৈছে -“এটা যুগৰ অৱসান,এই ক্ষতি পাহৰিব নোৱাৰি”।
অথ্যাত ACP প্ৰদ্যুমনৰ মৃত্যু।প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে এয়া এক অনাকাংশিক খবৰ।এই খবৰে এক প্ৰকাৰ তোলপাৰ লগাই ইণ্টাৰনেট জগতত।কোনোৱে যদি ACP প্ৰদ্যুমনক সুঁৱৰি WHATSAPPত ষ্টেটাচ লগাইছে কোনোৱে facebookত পোষ্ট কৰিছে




কিন্তু আচল কথাটো বেলেগ।দৰাচলতে ২৭ বছৰ পাছত সমাপ্ত হ’ল জনপ্ৰিয় ধাৰাবাহিক ‘CID’ৰ জনপ্ৰিয় চৰিত্ৰ ACP প্ৰদ্যুমন।ধাৰাবাহিকখনত এগৰাকী খলনায়কৰ হাতত প্ৰাণ হেৰুৱাব জনপ্ৰিয় চৰিত্ৰটোৱে




You may also like