Monday, February 16, 2026
Eng
Home » গ্ৰীষ্মকাল আৰু আমি পিন্ধা বস্ত্ৰৰ প্ৰকৃতি!

গ্ৰীষ্মকাল আৰু আমি পিন্ধা বস্ত্ৰৰ প্ৰকৃতি!

by pompy das
0 comments

গ্ৰীষ্মকাল আৰু আমি পিন্ধা বস্ত্ৰৰ প্ৰকৃতি!

গৰমে দহিছে ৰাজ্য৷ উৎকট গৰম, ৰাজ্যত ক্ৰমাত বৃদ্ধি পাইছে গ্ৰীষ্মৰ প্ৰবাহ৷ জটিল হৈ পৰিছে জনসাধাৰণৰ জনজীৱন৷

গ্ৰীষ্মকালত আমি পিন্ধা বস্ত্ৰৰো আছে বিশেষ প্ৰকৃতি ৷ গ্ৰীষ্মকালত আমি পাতল ৰঙৰ বস্ত্ৰ আৰু শীতকালত সাধাৰণতে গাঢ় ৰঙৰ বস্ত্ৰ পিন্ধিবলৈ পচন্দ কৰোঁ। গ্ৰীষ্মকালত কপাহী কোমল কাপোৰে আমাৰ শৰীৰ শীতল কৰি ৰাখে লগতে গৰম দিনত আমাৰ শৰীৰ পৰা অত্যধিক ঘাম ওলাই আৰু সেই ঘাম শুহি লোৱাতো কপাহী কাপোৰে সহায় কৰে৷

এক গৱেষণা অনুসৰি গৰম দিনত পাতল ৰঙৰ বস্ত্ৰই শৰীৰক অধিক আৰাম দিয়ে৷ পাতল ৰঙৰ বস্ত্রই আপতিত তাপৰ অধিকাংশই প্রতিফলিত কৰে আৰু সেইবাবে গৰম দিনত আমি তেনে বস্ত্র পিন্ধি প্রশান্তি অনুভৱ কৰোঁ।

সেয়েহে গ্ৰীষ্মকালত পৰাপক্ষত পাতল ৰঙৰ আৰু কপাহী কাপোৰ পিন্ধিব লাগে৷

You may also like