24
১৬ ছেপ্তেম্বৰ, ২০২৫ঃ ‘ভাৰতীয় সেনাৰ আক্ৰমণত শেষ হৈ গ’ল মাছুদ আজহাৰৰ পৰিয়াল’ । ‘আজহাৰৰ সন্তান-সন্ততি সকলো টুকৰা-টুকুৰ হৈ গ’ল আক্ৰমণত’ ।
প্ৰথমবাৰলৈ সন্ত্ৰাসবাদী সংগঠন জঈশ-ঈ-মহম্মদে স্বীকাৰ কৰিলে এই কথা। জঈশৰ কমাণ্ডাৰ মাছুদ ওৰফে কাশ্মিৰীৰ এটা ভিডিঅ’ পোহৰলৈ । ক্লিক কৰি চাব পাৰিব এই ভিডিঅ’
https://x.com/i/status/1967795074974294029