Tuesday, October 14, 2025
Eng
Home » ডবকা আৰক্ষীৰ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান

ডবকা আৰক্ষীৰ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান

by admin
0 comments

ডবকা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । ডবকা চহৰত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে এটা সৰবৰাহকাৰী। ধৃত সৰবৰাহকাৰীটো ডবকাৰ বুঢ়িগাঁৱৰ ১০ নং ৱাৰ্ডৰ বিল্লাল উদ্দিন।

সৰবৰাহকাৰীটোৰ কবলৰ পৰা ২১ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰিবৱলৈ সক্ষম হয় আৰক্ষী। জব্দ কৰা ড্ৰাগছ খিনিৰ পৰিমাণ ৩০ গ্ৰাম।

ধৃত সৰবৰাহকাৰীটো পূৰ্বেও ড্ৰাগছ সৰবৰাহৰ অভিযোগত বহুবাৰ জে’ললৈ গৈছিল । এক গোপন তথ্যৰ ভিত্তিত ডবকা আৰক্ষীয়ে চলাইছিল এই অভিযান।

You may also like