৭ জুন, ২০২৫ঃ পকা অমিতাৰ আছে অনেক উপকাৰী গুণ! ইয়াৰ আশ্চৰ্যকৰ উপকাৰিতাৰ বিষয়ে জানেনে?
অমিতাৰ আৰু কি কি উপকাৰি গুণ আছে জানোঁ আহক-
হজমশক্তি বঢ়োৱাত সহায় কৰে । কৌষ্ঠ-কাঠিন্য আতৰায় ৷ কৃমিৰোগৰ বাবে অমিতা হ’ল মহৌষধ ৷ হৃদযন্ত্ৰৰ বাবে উপকাৰী – বিটা-কেৰটিন,লাইকোপেন, ভিটামিন-এ, ভিটামিন-চি আৰু ভিটামিন-ইৰ উপস্থিতিৰ বাবে ডায়েবেটিক হাৰ্ট ডিজিজ আৰু এথেৰস্কেৰচিচৰ পৰা অমিতাই সুৰক্ষা দিয়ে৷ ষ্ট্ৰ’ক আৰু আন হৃদৰোগ কাষ চাপিব নিদিয়ে ৷ অপকাৰী ক’লেষ্টৰল হ্ৰাস কৰে ৷ উচ্চ ৰক্তচাপ কমোৱাত সহায়ক ৷
ডায়েবেটিজ নিয়ন্ত্ৰণত ভূমিকা – টাইপ -১ আৰু টাইপ-২ দুয়ো ধৰণৰ ডায়েবেটিজতে অমিতা উপকাৰী বুলি প্ৰমাণিত হৈছে ৷ অমিতাৰ ফাইবাৰে তেজৰ চুগাৰ আৰু চৰ্বি হ্ৰাস কৰে ৷ দেহৰ ইনচুলিনৰ সক্ৰিয়তা বঢ়ায় ৷ কৰ্কট ৰোগৰ পৰা সুৰক্ষা
– ফ্লৰিডা ইউনিভাৰ্চিটিৰ কৰা অধ্যয়ণত জনা গৈছে যে অমিতা হ’ল কেঞ্চাৰ প্ৰতিৰোধক গুণযুক্ত ৷ আন আন বিজ্ঞানীৰ মতেও ই বক্ষৰ, পেনক্ৰিয়াজৰ,ক’লনৰ, প্ৰষ্টেট আদিৰ কৰ্কট ৰোধ প্ৰতিৰোধ কৰে ৷
ছাল সুস্থ্য কৰি ৰাখে আৰু সৌন্ধৰ্য্য বৃদ্ধি কৰে ৷ ছুলিৰ বাবে উপকাৰী ৷ বাত বিষ কমোৱাত সহায় কৰে ৷ দাঁতৰ বিষ কমায় ৷ দেহত বয়সৰ ছাপ কমোৱাত লোৱা ভূমিকা –ভিটমিন-চি , ভিটমিন-ই আৰু এন্টিঅক্সিডেন্ট বাবে এয়া সম্ভৱ ৷ জুয়ে পোৰাৰ দাগ অমিতা গছৰ পৰা ওলোৱা বগা ৰস (Latex) লগালে আতৰ হোৱাত সহায়ক হয় ৷ যিসকল মাতৃৰ স্তনত দুগ্ধৰ উৎপাদন কম, তেনে মহিলাই পকা বা কেঁচা অমিতা খালে উপকৃত হয় ৷
ডেংগুৰ চিকিৎসাত অমিতা পাতৰ উপকাৰিতা প্ৰমাণিত হৈছে ৷ অমিতাৰ ক্ষেত্ৰত লবলগীয়া সতৰ্কতা।
অত্যাধিক পৰিমানে খালে পেটৰ বেমাৰ, এলাৰ্জি হ’ব পাৰে সেয়েহ সপ্তাহত ৪-৫ দিনহে অমিতা খাব লাগে।
কৰ্কট ৰোগৰ পৰা সুৰক্ষা – ফ্লৰিডা ইউনিভাৰ্চিটিৰ কৰা অধ্যয়ণত জনা গৈছে যে অমিতা হ’ল কেঞ্চাৰ প্ৰতিৰোধক গুণযুক্ত ৷
আন আন বিজ্ঞানীৰ মতেও ই বক্ষৰ, পেনক্ৰিয়াজৰ,ক’লনৰ, প্ৰষ্টেট আদিৰ কৰ্কট ৰোধ প্ৰতিৰোধ কৰে ৷
ছাল সুস্থ্য কৰি ৰাখে আৰু সৌন্ধৰ্য্য বৃদ্ধি কৰে ৷ ছুলিৰ বাবে উপকাৰী ৷ বাত বিষ কমোৱাত সহায় কৰে ৷ দাঁতৰ বিষ কমায় ৷ দেহত বয়সৰ ছাপ কমোৱাত লোৱা ভূমিকা –ভিটমিন-চি , ভিটমিন-ই আৰু এন্টিঅক্সিডেন্ট বাবে এয়া সম্ভৱ ৷ জুয়ে পোৰাৰ দাগ অমিতা গছৰ পৰা ওলোৱা বগা ৰস (Latex) লগালে আতৰ হোৱাত সহায়ক হয় ৷
যিসকল মাতৃৰ স্তনত দুগ্ধৰ উৎপাদন কম, তেনে মহিলাই পকা বা কেঁচা অমিতা খালে উপকৃত হয় ৷
ডেংগুৰ চিকিৎসাত অমিতা পাতৰ উপকাৰিতা প্ৰমাণিত হৈছে ৷
অমিতাৰ ক্ষেত্ৰত লবলগীয়া সতৰ্কতা :
গৰ্ভ অৱস্থাত অমিতা খালে গৰ্ভপাত হোৱাৰ সম্ভৱনা থাকে৷
লেটেক্স এলাৰ্জি – অমিতা গছৰ পৰা ওলোৱা বগা ৰসক (Latex ) অসমীয়াত তৰুক্ষীৰ বুলে ৷ কিছুমান মানুহৰ এই লেটেক্সৰ এলাৰ্জি হব পাৰে ৷
অত্যাধিক পৰিমানে খালে পেটৰ বেমাৰ, এলাৰ্জি হ’ব পাৰে সেয়েহ সপ্তাহত ৪-৫ দিনহে অমিতা খাব লাগে। বাত বিষ কমোৱাত সহায় কৰে ৷ দাঁতৰ বিষ কমায় ৷
দেহত বয়সৰ ছাপ কমোৱাত লোৱা ভূমিকা –ভিটমিন-চি , ভিটমিন-ই আৰু এন্টিঅক্সিডেন্ট বাবে এয়া সম্ভৱ ৷
জুয়ে পোৰাৰ দাগ অমিতা গছৰ পৰা ওলোৱা বগা ৰস (Latex) লগালে আতৰ হোৱাত সহায়ক হয় ৷
যিসকল মাতৃৰ স্তনত দুগ্ধৰ উৎপাদন কম, তেনে মহিলাই পকা বা কেঁচা অমিতা খালে উপকৃত হয় ৷
ডেংগুৰ চিকিৎসাত অমিতা পাতৰ উপকাৰিতা প্ৰমাণিত হৈছে ৷ অমিতাৰ ক্ষেত্ৰত লবলগীয়া সতৰ্কতা।
অত্যাধিক পৰিমানে খালে পেটৰ বেমাৰ, এলাৰ্জি হ’ব পাৰে সেয়েহ সপ্তাহত ৪-৫ দিনহে অমিতা খাব লাগে।
কৰ্কট ৰোগৰ পৰা সুৰক্ষা – ফ্লৰিডা ইউনিভাৰ্চিটিৰ কৰা অধ্যয়ণত জনা গৈছে যে অমিতা হ’ল কেঞ্চাৰ প্ৰতিৰোধক গুণযুক্ত ৷ আন আন বিজ্ঞানীৰ মতেও ই বক্ষৰ, পেনক্ৰিয়াজৰ,ক’লনৰ, প্ৰষ্টেট আদিৰ কৰ্কট ৰোধ প্ৰতিৰোধ কৰে ৷ ছাল সুস্থ্য কৰি ৰাখে আৰু সৌন্ধৰ্য্য বৃদ্ধি কৰে ৷ ছুলিৰ বাবে উপকাৰী ৷ বাত বিষ কমোৱাত সহায় কৰে ৷ দাঁতৰ বিষ কমায় ৷