Home » আমেৰিকাৰ জৰ্জিয়াত ভয়ংকৰ ঘটনা

আমেৰিকাৰ জৰ্জিয়াত ভয়ংকৰ ঘটনা

by Priyanka borah
0 comments

২৪ জানুৱাৰী, ২০২৬ঃ আমেৰিকাৰ জৰ্জিয়াত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড । তিনি সন্তানৰ সমুখতে স্ত্ৰীসহ ৩ আত্মীয়ক হত্যা কৰিলে এজনে ।  বিজয় কুমাৰ নামৰ এজন ভাৰতীয়ই সংঘটিত কৰিলে এই ঘটনা।

ইতিমধ্যেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত বিজয় কুমাৰক। ঘটনাৰ সময়ত ঘৰতে আছিল বিজয় কুমাৰৰ তিনি সন্তান । সন্তানকেইটিয়ে এটা আলমাৰিৰ চুকত আশ্ৰয় লৈ আৰক্ষীক অৱগত কৰে সমগ্ৰ ঘটনাৰ বিষয়ে।

পাৰিবাৰিক সংঘাতৰ পৰিণতিতেই সংঘটিত হয় এই ভয়ংকৰ ঘটনা । উল্লেখ্য যে এটা ভয়ংকৰ চিত্কাৰৰ অন্তত প্ৰতিৱেশীসকলে শুনিছিল গুলীৰ শব্দ ।

You may also like

Leave a Comment