Friday, September 11, 2026
Eng
Home » বাইহাটা চাৰিআলিত জব্দ নগদ ধন সহ বৃহৎ পৰিমাণৰ হেৰ’ইন , গাঁও প্ৰধানৰ ঘৰতেই ওলাল নিচাজাতীয় দ্ৰব্য …

বাইহাটা চাৰিআলিত জব্দ নগদ ধন সহ বৃহৎ পৰিমাণৰ হেৰ’ইন , গাঁও প্ৰধানৰ ঘৰতেই ওলাল নিচাজাতীয় দ্ৰব্য …

by admin
0 comments

৮ ছেপ্টেম্বৰ, ২০২৬ঃ বাইহাটা চাৰিআলিত জব্দ নগদ ধন সহ বৃহৎ পৰিমাণৰ হেৰ’ইন । বাইহাটা চাৰিআলি আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি নগাঁও গাঁৱৰ গাঁও প্ৰধানৰ ঘৰত চলাই অভিযান।

অভিযানত জব্দ নগদ ১,০১,৫০০ টকা আৰু ১৭.৭৮ গ্ৰাম নিষিদ্ধ হেৰ’ইন । নজৰুল আহমেদ আৰু পত্নী চেলিমা বেগম আটক কৰে আৰক্ষীয়ে।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি গাঁও প্ৰধানৰ ঘৰত অবৈধভাৱে নিষিদ্ধ নিচাযুক্ত দ্ৰব্যৰ বেপাৰ কৰি অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।

You may also like

Leave a Comment