103
আপুনি জানেনে যে পইতাচোৰা এনেকুৱা এটা জীৱ, যি উশাহ লবলৈ নাক অথবা মুখৰ প্ৰয়োজন নাই।পইতাচোৰৰ দেহত থকা প্ৰতিটো ছিদ্ৰই উশাহ লোৱাৰ ক্ষমতা থাকে। গতিকে পইতা চোৰাৰ মূৰ অথবা মুখখন কাটি পেলাই দিলেও উশাহ লৈ জীয়াই থাকিব পাৰে। কিন্তু ইয়াৰ সময়মীয়া এসপ্তাহ বুলি এইকাৰনেই কোৱা হৈছে কাৰণ মূৰ আৰু মুখখন নথকাৰ পাছত পানী অথবা একো খাদ্য খাবলৈ নাপায় হে পইতাচোৰাৰ মৃত্যু হয়