Home » আপুনি তাজমহল চাইছে নেকি? তাজমহলৰ আচৰিত কথা কেইটামান জানেনে ?

আপুনি তাজমহল চাইছে নেকি? তাজমহলৰ আচৰিত কথা কেইটামান জানেনে ?

by admin
0 comments

বিশ্বৰ সপ্তম আশ্চৰ্য তাজমহলৰ কেইবাটাও আচৰিত চিন্তা কৰিবলগীয়া কথা আছে। আপুনি তাজমহল চাইছে নেকি? তাজমহলৰ নিৰ্মাণৰ কাহিনী আপুনি চাগৈ নিশ্চয় জানে। কিন্তু নিৰ্মাণৰ সময়ৰ এইকেইটা আচৰিত কথা জানেনে। আপুনি জানে নে তাজমহল নিৰ্মান কৰোতে কিমান টকাৰ প্ৰয়োজন হৈছিল। চাহজাহানৰ সময়তে তাজমহল নিৰ্মাণৰ নামত খৰছ হৈছিল প্ৰায় ৩.২কোটি টকা।এইটো মূল্য বৰ্তমান সময়ত কিমান হব পাৰে আপুনি ভাৱকচোন। এটা সমীক্ষাত পোৱা তথ্য অনুসৰি বৰ্তমান সময়ত সেই ধন হ’বগৈ প্ৰায় ৬৮০০কোটি টকা। তাজমহল নিৰ্মাণৰ সময়ত নিৰ্মাণৰ সামগ্ৰী সমূহ অনা নিয়া কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল প্ৰায় ১৫০০ঘোঁৰা। এই তাজমহল নিৰ্মাণৰ বাবে সময় লাগিছিল ২২বছৰ, আৰু প্ৰায় ২২হাজাৰ শ্ৰমিক ব্যৱহাৰ কৰা হৈছিল।

You may also like

About Us

Assam Talks is an Indian Assamese-language news channel based in Guwahati.

Feature Posts

Guide Map