103
কভিডৰ পৰা অকণমান মুক্তি পোৱাৰ পাছতে বলিউদৰ প্ৰায় সংখ্যক ষ্টাৰকে দেখা গ’ল মালদ্বীপত।শেহতীয়াকৈ সামাজিক মাধ্যমত যৌন আবেদনময়ী ছানি লিয়নীয়ে আপলোড কৰিছে মালদ্বীপত পতি ডেনিয়েলৰ সৈতে কটোৱা কেইবাখনো অন্তৰংগ মুহূৰ্তৰ আলোকচিত্ৰ। মালদ্বীপৰ এখন বিলাসী ৰিজৰ্টত ডেনিয়েলৰ সৈতে নৈশ যাপন কৰিলে ছানীয়ে। ৰিজৰ্টৰ ফালৰ পৰাও দুইগৰাকী চেলিব্ৰিটিক জনোৱা হয় আদৰণি।বৰ্তমানেও মালদ্বীপৰ সাগৰৰ পাৰৰ বিচ্চত বিনোদনত ব্যস্ত হৈ আছে অভিনেত্ৰী গৰাকী।