7
২৬ ছেপ্টেম্বৰ, ২০২৫ঃ আজি বিটিচি পৰিষদীয় নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব। পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ল ভোটগণনা প্ৰক্ৰিয়া। ৪০ খন আসনৰ বাবে অনুষ্ঠিত হৈছে ভোটগণনা ।
৪০ টা সমষ্টিৰ ৩,৩৫৯ কেন্দ্ৰত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। ৩১৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব আজি। UPPL-BJP আৰু BPFৰ মাজত হ’ব তীব্ৰ প্ৰতিদ্বন্দ্বিতা।
নিৰ্বাচনৰ ফলাফলক লৈ উত্কণ্ঠিত হৈ আছে প্ৰতিটো ৰাজনৈতিক দল।