Thursday, January 15, 2026
Eng
Home » পুৱতি নিশা ৰাজ্যত ভয়ংকৰ ভূমিকম্প, আপোনাৰ অঞ্চলত অনুভূত কৰিলেনে ভূমিকম্প?

পুৱতি নিশা ৰাজ্যত ভয়ংকৰ ভূমিকম্প, আপোনাৰ অঞ্চলত অনুভূত কৰিলেনে ভূমিকম্প?

by Priyanka borah
0 comments

৫ জানুৱাৰী, ২০২৬ঃ পুৱাই প্ৰৱল ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য । ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৬ । পুৱা ৪.১৭ বজাত অনুভূত হয় কম্পন। ভূমিকম্পৰ অভিকেন্দ্ৰ মৰিগাঁও জিলা।


ভূপৃষ্ঠৰ পৰা প্ৰায় ৫০ কি:মি: গভীৰতাত ভূমিকম্পৰ উৎপত্তিস্থল। ৰাজ্যৰ লগতে পাৰ্শ্চৱৰ্তী বাংলাদেশ, নেপাল, ভূটান, চীনতো প্ৰভাৱ পৰিছে ভূমিকম্পৰ। ভূমিকম্পৰ ফলত ঠায়ে ঠায়ে হৈছে সৰু-বৰ ক্ষয়-ক্ষতি ।

You may also like

Leave a Comment