Home » নিউ গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা। গুৱাহাটী ৰে’ল ষ্টেচনৰ 12509/30 নম্বৰৰ যাত্ৰীবাহী ৰে’লৰ ডবাত কটা হাত উদ্ধাৰ।

নিউ গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা। গুৱাহাটী ৰে’ল ষ্টেচনৰ 12509/30 নম্বৰৰ যাত্ৰীবাহী ৰে’লৰ ডবাত কটা হাত উদ্ধাৰ।

by Poly Nath
0 comments

নিউ গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা। গুৱাহাটী ৰে’ল ষ্টেচনৰ 12509/30 নম্বৰৰ যাত্ৰীবাহী ৰে’লৰ ডবাত কটা হাত উদ্ধাৰ।

গুৱাহাটীলৈ ধুবলৈ আনিছিল যাত্ৰীবাহী ৰে’ল গাড়ীখন । যাত্ৰীবাহী ৰে’ল গাড়ীখন ধুই থকা অৱস্থাত কৰ্মচাৰীয়ে এটা ডবাৰ পৰা কটা পুৰুষৰ বাওঁ হাত এখন উদ্ধাৰ কৰে।

ঘটনা স্থলীত ৰে’ল আৰক্ষীৰ লোক উপস্থিত হৈ কটা হাত খন উদ্ধাৰ কৰে। মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচ লৈ প্ৰেৰণ কৰে।

কোনো দুৰ্বৃত্তই লোক জনক ৰে’লত হত্যা কৰি মৃতদেহ অন্য ঠাইত পেলাই দিয়া বুলি সন্দেহ আৰু হাতখন ৰেলত থাকি যোৱা বুলি সন্দেহ কৰে আৰক্ষীয়ে ।

You may also like