Home » আজি শিলচৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যসূচী কি কি ?

আজি শিলচৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যসূচী কি কি ?

by admin
0 comments

১৪মাৰ্চ, ২০২৬ঃ বৰাক উপত্যকাত উন্নয়নৰ নতুন প্ৰভাৱ । আজি শিলচৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেইবাটাও কাৰ্যসূচী । ১১ বজাত শিলচৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী ।

শিলচৰৰ অম্বিকাপুৰত প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰিব বিশাল জনসভা । শ্বিলং-শিলচৰ হাইস্পীড কৰিড’ৰৰ আধাৰশিলা স্থাপন কৰিব মোদীয়ে ।

১৬৬ কিঃমিঃ দৈৰ্ঘ্যৰ হাইস্পীড কৰিড’ৰৰ আধাশিলা স্থাপন কৰিব মোদীয়ে । ২২,৮৬০ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’ব হাইস্পীড কৰিড’ৰটো ।

২৩,৫৫০ কোটি টকাৰ কেইবাটাও প্ৰকল্পৰ আধাশিলা স্থাপন কৰিব মোদীয়ে । পাথাৰকান্দিৰ কৃষি মহাবিদ্যালয়ৰ শিলান্যাস কৰিব মোদীয়ে । শিলচৰ নগৰ উৰণ সেতুৰো ভূমি পূজন কৰিব PM-এ ।

You may also like

Leave a Comment