Thursday, October 16, 2025
Eng
Home » “Operation sindoor”ৰ দিনটোতে জন্ম এটি কন্যা শিশুৰ৷পিতৃ-মাতৃয়ে ৰাখিলে ঐতিহাসিক নাম!

“Operation sindoor”ৰ দিনটোতে জন্ম এটি কন্যা শিশুৰ৷পিতৃ-মাতৃয়ে ৰাখিলে ঐতিহাসিক নাম!

by admin
0 comments

৮ মে ২০২৫:নিভাঁজ দেশপ্ৰেমৰ উদাহৰণ দাঙি ধৰিলে বিহাৰৰ কাটিহাৰ জিলাৰ বালথি মহেশপুৰ গাঁৱত
বাস কৰা এটা দম্পতীয়ে৷ ভাৰতে এয়াৰ ষ্ট্ৰাইক চলোৱাৰ দিনটোতে অথাৎ অপাৰেচন সিন্দূৰৰ দিনটোতেই
বিহাৰৰ সন্তোষ মণ্ডল আৰু ৰাখী কুমাৰীৰ এটি কন্যা সন্তান
জন্ম হৈছিল ৷
বিহাৰৰ এই দম্পতীটোৱে নিজৰ নৱজাত কন্যাক অপাৰেচন সিন্দূৰৰ নামেৰে নামকৰণ কৰি ‘ শিশুটিৰ নাম ৰাখে’সিন্দূৰী৷
তেওঁলোকে কয় যে পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ জয় আৰু একেদিনাই আমাৰ কন্যাৰ জন্ম, দুয়োটা আমাৰ পৰিয়ালৰ বাবে এক গৌৰৱৰ ক্ষণ।
পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতে আৰম্ভ কৰা অপাৰেচন সিন্দূৰৰ অধীনত ভাৰতীয় সেনাই পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ চলাই পাকিস্তানীক ধূলিস্যাত কৰি পেলাইছিল।
আৰু সেই বিশেষ দিনটোতে বিহাৰৰ এই দম্পতীটোৱে দেশপ্ৰেমৰ উৎকৃষ্ট নিৰ্দশন দাঙি ধৰে।

Published by Pompy Das

You may also like