ভাৰতৰ লক্ষ্যত তচনচ পাকিস্তান।পাকিস্তানী সন্ত্ৰাসবাদীৰ ওপৰত ভাৰতৰ মিছাইল আক্ৰমণ।শত্ৰুৰ প্ৰত্যাক্ৰমন ৰুধিবলৈ সাজু ভাৰত।আক্ৰমণৰ পাছতেই এতিয়া সতৰ্কিত হৈ পৰিছে ভাৰতবৰ্ষ। পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰ (PoK)ৰ সন্ত্ৰাসবাদী শিবিৰৰ বিৰুদ্ধে এতিয়া ভাৰতে …
অতিথিয়ে অনা চিপছৰ বাবে আপোনাৰ ঘৰখনত হ’ব পাৰে বিভীষিকা । চিপছ্, কুৰকুৰি শিশুটিক দিয়াৰ আগত এই লেখনিটো ভালকৈ পঢ়ক
৬ মে’,২০২৫ঃ অতিথিয়ে বিপদ মাতিব পাৰে আপোনাৰ শিশুটিলৈ । অতিথিয়ে অনা চিপছৰ বাবে আপোনাৰ ঘৰখনত হ’ব পাৰে বিভীষিকা । এপেকেট চিপছ্ আপোনাৰ সন্তানৰ বাবে হ’ব পাৰে ভয়ংকৰ বিপদ । গতিকে …
৬ মে’ ২০২৫ঃ ১৯৭১ ৰ যুদ্ধৰ পিছত দেশত কাইলৈ পুনৰ সৰ্ববৃহৎ যুদ্ধৰ আখৰা। পাকিস্তানে কাইলৈ বুজিব লাগিব যুদ্ধৰ বাবে সাজু ভাৰত । দেশজুৰি কাইলৈ বাজিব যুদ্ধৰ ছাইৰেন । অসমৰ ১৬ …
আজি প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। ৰাজ্যৰ ১৩খন জিলাত ভোটগ্ৰহণ। পুৱা ৭:৩০ বজাৰ পৰা আৰম্ভ ভোটদান প্ৰক্ৰিয়া। বিয়লি ৪:৩০ বজাত সমাপ্ত হ’ব ভোটদান প্ৰক্ৰিয়া। আজি উজনি অসম আৰু বৰাকত প্ৰথম পৰ্যায়ৰ …
মঙলবাৰে ভাৰতত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ এক্স একাউণ্টত বন্ধ কৰি দিয়ে কেন্দ্ৰীয় চৰকাৰে। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত উৰাবাতৰি প্ৰচাৰ কৰাৰ বাবে মঙলবাৰে ভাৰত চৰকাৰে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ এক্স একাউণ্ট …
ডিব্ৰুগড় জিলাৰ লাহোৱালৰ চান ফিষ্ট ধাবাত ১১টা কেঁকো সাপ জব্দ। ডিব্ৰুগড় আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰে নিষিদ্ধ কেকোঁ সাপকেইটা। লগতে আৰক্ষীয়ে কেঁকো সাপ সৰবৰাহত জড়িত ৩ জনক …
হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ বাবেই ছয়গাঁৱৰ বিহদীয়াত ছাত্ৰীৰ চৰম সিদ্ধান্ত…
দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ বিহদীয়াত ছাত্ৰীৰ চৰম সিদ্ধান্ত । চিপ লৈ আত্মহত্যা কৰে ছাত্ৰীগৰাকীয়ে । হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ বাবে এই সিদ্ধান্ত লয় ছাত্ৰীগৰাকীয়ে । ছাত্ৰীগৰাকী ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ …
কেতিয়া বিদ্যালয়লৈ আহিব,কেতিয়া বিদ্যালয়ৰ পৰা যাব পাৰিব শিক্ষকসকল?শিক্ষকসকললৈ নতুন নিৰ্দেশনা
‘শিক্ষক সমাজ’লৈ কঠোৰ নিৰ্দেশনা ‘শিক্ষা বিভাগ’ৰ।পুৱা ৯ বজাৰ আগতে উপস্থিত হ’ব লাগিব বিদ্যালয়ত শিক্ষকে বাধ্যতামূলক উপস্থিতি দিব লাগিব ‘শিক্ষা এপ’ত।‘একেৰাহে তিনিদিন উপস্থিতি নিদিলে নৈমত্তিক ছুটী গণ্য হ’ব’ নৱম-দ্বাদশ শ্ৰেণী পৰ্যন্ত …
ডবকা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । ডবকা চহৰত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে এটা সৰবৰাহকাৰী। ধৃত সৰবৰাহকাৰীটো ডবকাৰ বুঢ়িগাঁৱৰ ১০ নং ৱাৰ্ডৰ বিল্লাল উদ্দিন। সৰবৰাহকাৰীটোৰ কবলৰ পৰা ২১ টা ড্ৰাগছ …
প্ৰতি বছৰে ৭ এপ্ৰিল তাৰিখে গোটেই বিশ্বতে পালন কৰা সজাগতামূলক দিৱস। ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্থা বিশ্ব স্বাস্থ্য সংস্থাৰ তত্ত্বাৱধানত এই দিৱস গোটেই বিশ্বৰ ইয়াৰ সদস্য ৰাষ্ট্ৰ সকলে আৰু ইয়াৰ লগত জড়িত …
