Home » বিবাহ বিচ্ছেদৰ পাছত পতি-পত্নীয়ে একেলগে পাৰ্টি কৰিলে নিজৰ প্ৰেমিক প্ৰেমিকাৰ লগত

বিবাহ বিচ্ছেদৰ পাছত পতি-পত্নীয়ে একেলগে পাৰ্টি কৰিলে নিজৰ প্ৰেমিক প্ৰেমিকাৰ লগত

by admin
0 comments

বলিউদৰ জনপ্ৰিয় হিৰ’ ঋত্বিক ৰোচন আৰু তেওঁৰ পত্নী চুজানৰ হ’ল বিবাহ বিচ্ছেদ।বিবাহ বিচ্ছেদৰ পাছতো যেন দুয়োৰে মাজত কম হোৱা নাই বন্ধুত্বৰ।হঠাৎ বহু দিনৰ মূৰত দুয়োকে দেখা গল একেলগে।ঋত্বিকে এতিয়া নতুন প্ৰেমিকা চাবা আজাদ আৰু আনফালে এসময়ৰ পত্নী চুজানৰ নতুন প্ৰেমিক আৰ্চলান গণিয়ে একেলগে কৰিলে পাৰ্টি।শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হোৱা কেইখনমান আলোকচিত্ৰত পোহৰলৈ আহিছে সমগ্ৰ দৃশ্য। দুয়ো নিজৰ প্ৰেমিক-প্ৰেমিকাৰ লগত একেলগে দেখা গৈছিল বিমানবন্দৰতো।

You may also like