Tuesday, November 18, 2025
Eng
Home » অন্ত পৰিল অনন্যা পাণ্ডে আৰু ঈশানৰ মাজৰ ৩বছৰীয়া মধুৰ প্ৰেমৰ

অন্ত পৰিল অনন্যা পাণ্ডে আৰু ঈশানৰ মাজৰ ৩বছৰীয়া মধুৰ প্ৰেমৰ

by admin
0 comments

বিচ্ছেদ ঘটিল বলিউদৰ নবাগত দুই চেলিব্ৰিটিৰ মাজৰ প্ৰেমৰ সম্পৰ্ক।৩বছৰীয়া প্ৰেমৰ মধুৰ স্মৃতি সামৰি বলিউদৰ জনপ্ৰিয় অভিনেতা চাংকী পাণ্ডেৰ জীয়ৰী অনন্যা পাণ্ডেই নিজে এই বিষয়ত বিশেষ কোনো মন্তব্য দিয়া নাই যদিও দুয়োৰে মাজৰ সম্পৰ্ক যে ইতিমধ্যে ইতি পৰিছে সেইয়া বৰ্তমান স্পষ্ট। উল্লেখ্য যে বিগত কেইবাবছৰত অনন্যা পাণ্ডেক ঈশানৰ পৰিয়ালৰ সৈতেও একেলগে বহুবাৰ দেখা গৈছিল। কিন্তু দুয়োৰে মাজত বুজাবুজিৰ মাজেৰেই যবনিকা পৰিছে প্ৰেমৰ সম্পৰ্কৰ।অৱশ্যে প্ৰেম নাই যদিও দুয়োৰে মাজত থাকিব বন্ধুত্ব পূৰ্ণ সম্পৰ্ক।

You may also like