Home » অসমত বিহু উদযাপন কৰিব হ’বলগীয়া বোৱাৰী শ্ৰুতি হাছানে

অসমত বিহু উদযাপন কৰিব হ’বলগীয়া বোৱাৰী শ্ৰুতি হাছানে

by admin
0 comments

বলিউদৰ জেষ্ঠ অভিনেতা কামাল হাছানৰ জীয়ৰী তথা মোহময়ী অভিনেত্ৰী প্ৰেমত পৰিল অসমীয়া যুৱকৰ। অসমৰ পৰা মুম্বাইত প্ৰতিষ্ঠিত চিত্ৰশিল্পী শান্তনু হাজৰিকাৰ লগত প্ৰেমত পৰিল শ্ৰুতি। এইবাৰ শহুৰৰ ঘৰত বিহু উদযাপনৰ বাবে আহিব শ্ৰুতি। উল্লেখ্য যে মোহময়ী অভিনেত্ৰী শ্ৰুতি হাছান বিহু চাবলৈ অসমলৈ আহিব ওলাই বহু আশাৰে ৰৈ থকা বুলিও সামাজিক মাধ্যমত প্ৰকাশ কৰিছে। আৰু শান্তনু হাজৰিকাৰ লগত একেলগে অসমলৈ আহিব।

You may also like