Saturday, January 17, 2026
Eng
Home » দুৰ্ঘটনাগ্ৰস্ত মালাইকা আৰৰাৰ বাহন

দুৰ্ঘটনাগ্ৰস্ত মালাইকা আৰৰাৰ বাহন

by admin
0 comments

দুৰ্ঘটনাগ্ৰস্ত মালাইকা আৰৰাৰ বাহন

বলিউদৰ বহু সংখ্যক গীতত নিজৰ নৃত্য পাৰদৰ্শিতাৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰা আইটেম গাৰ্ল মালাইকা আৰৰাৰ পতিত হয় এক দুৰ্ঘটনাত।চলমান খানৰ ভাতৃৰ আৰবাজৰ লগত বিবাহ বিচ্ছেদৰ পাছত এতিয়া অভিনেত্ৰী গৰাকী হৈছে অৰ্জুন কাপোৰৰ প্ৰেয়সী। নিজৰ যৌন আবেদনময়ী শৰীৰৰ বাবে চৰ্চাত থকা বলিউদৰ এইগৰাকী অভিনেত্ৰীৰ বাহন দুৰ্ঘটনা হয় মহাৰাষ্ট্রৰ খালাপুৰ টোল প্লাজাত। দুৰ্ঘটনা সংঘটিত হোৱা পাছতে অভিনেত্ৰী গৰাকীক ততাতৈয়াকৈ মুম্বাইৰ এপলো হস্পিতালত ভৰ্তি কৰোৱা হয় যদিও বৰ্তমান মালাইকা আৰৰা সুস্থ বুলি জানিব পৰা গৈছে।

You may also like