৩ জানুৱাৰী, ২০২৬ঃ পুনৰ তামাৰহাটত সংঘটিত হৈছে জঘন্য ঘটনা । ১০ বছৰীয়া কিশোৰীক শাৰিৰীক নিৰ্যাতন আফজাল আলী নামৰ এজনৰ । পঞ্চম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীক শাৰিৰীক নিৰ্যাতন কৰি পলায়ন আফজাল আলীৰ …
IPLত এইবাৰ নিষিদ্ধ বাংলাদেশৰ বেগী বলাৰ মুস্তাফিজুৰ ৰহমান, BCCIৰ ডাঙৰ সিদ্ধান্ত…
৩ জানুৱাৰী, ২০২৬ঃ IPLত নিষিদ্ধ বাংলাদেশৰ বেগী বলাৰ মুস্তাফিজুৰ ৰহমান । BCCIৰ সচিব দেৱজিত শইকীয়াই জাৰি কৰিছে নিৰ্দেশনা । BCCIৰ এই সিদ্ধান্ত KKRৰ বাবে এক ডাঙৰ বিপৰ্যয়। ভাৰত-বাংলাদেশৰ অৱনমিত সম্পৰ্কৰ …
গুৱাহাটীত দুৰ্ঘটনাগ্ৰস্ত বলীউডৰ অভিনেতা আশিস বিদ্যাৰ্থী আৰুপত্নী । সম্প্ৰতি ক’ত চিকিৎসাধীন হৈ আছে অভিনেতাগৰাকী?
৩ জানুৱাৰী, ২০২৬ঃ গুৱাহাটী মহানগৰীত শুকুৰবাৰে নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত বলিউডৰ অভিনেতা আশীষ বিদ্যাৰ্থী আৰু পত্নী ৰূপালী বৰুৱা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। শুকুৰবাৰে মাজনিশা জু ৰোডৰ ‘The Guwahati …
বাবা ভাংগাৰ ২০২৬বৰ্ষক লৈ ডাঙৰ সতর্কবাণী! বিশ্বযুদ্ধ, মহাবিপর্যয় আৰু AIৰ সংকট…
২ জানুৱাৰী, ২০২৬ঃ বাবা ভাংগাৰ ভৱিষ্যদ্বাণীয়ে উদ্বেগ সৃষ্টি কৰিছে সকলোৰে মনত । পূৰ্বৰ ভৱিষ্যদ্বাণী সঁচা হোৱাত নৱবৰ্ষৰ ভৱিষ্যদ্বাণীই মানুহৰ মাজত উদ্বেগ সৃষ্টি কৰিছে। বান্ধনৰ নষ্ট্রাডামাছ নামেৰে পৰিচিত বাবা ভাংগাই ২০২৬ …
গ্ৰেপ্তাৰ হ’ব মেচ ফিক্সিঙৰ অভিযোগ উঠা অসমৰ ৪ ক্ৰিকেটাৰ! ৪ অভিযুক্তলৈ ক্ৰাইম ব্ৰাঞ্চে দ্বিতীয়বাৰলৈ প্ৰেৰণ কৰিলে জাননী
২ জানুৱাৰী, ২০২৬ঃ যিকোনো মূহুৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে মেচ ফিক্সিঙৰ অভিযোগ উঠা অসমৰ ৪ ক্ৰিকেটাৰ । ক্ৰাইম ব্ৰাঞ্চে দ্বিতীয়বাৰলৈ জাননী প্ৰেৰণ কৰিলে চাৰি অভিযুক্তক । পূৰ্বেও ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ’বলৈ …
২ জানুৱাৰী, ২০২৬ঃ দূষিত পানীৰ বাবে ৮ জনকৈ লোক মৃত্যুমুখত পৰিছে। ১৪৯ জনতকৈ অধিক লোকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই ঘটনা সংঘটিত হৈছে ইন্দোৰত । ইন্দোৰৰ ভাগীৰথপুৰাৰ দৃশ্য …
২৭ ডিচেম্বৰ, ২০২৫ঃ নিৰ্বাচনলৈ মাজত মাথোঁন কেইটামান মাহ। বিজেপিৰ দখললৈ যোৱাৰ প্ৰায় নিশ্চিত হৈছে টীয়ক সমষ্টি! ১০২ নং টীয়ক বিধানসভা সমষ্টিত এইবাৰ বহু কেইখন নতুন মুখে দেখা দিছে। পশ্চিম বংগৰ …
২৩ ডিচেম্বৰ, ২০২৫ঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু অনলাইন শিক্ষাকেন্দ্ৰৰ দ্বাৰা পৰিচালিত স্নাতকোত্তৰ কলা, বাণিজ্য আৰু বিজ্ঞান প্ৰথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ ষান্মাসিক ২০২৫ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। মুঠ ৬ …
জ্বলিছে কাৰ্বিভূমি পশ্চিম কাৰ্বি আংলং উত্তপ্ত হৈ পৰিছে। অনশনৰত প্ৰতিবাদকাৰীক উঠাই নিয়াক কেন্দ্ৰ কৰি হিংসাত্মক ৰূপ লৈছে প্ৰতিবাদী জনতাই। সোমবাৰে চলা প্ৰতিবাদত কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হ’ল। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ …
ক্ৰমাৎ নিয়ন্ত্ৰণৰ বাহিৰ হৈছে বালাদেশ। দ্বিতীয়জন ছাত্ৰ নেতাক গুলীয়াই হত্যাৰ চেষ্টা আততায়ীৰ। গুলীবিদ্ধ নেতাজন National Citizen Partyৰ মুটালেব চিকদাৰ। ভাৰত বিৰোধী আন্দোলনৰ সমান্তৰালকৈ সৃষ্টি হৈছে গুপ্ত হত্যাৰ দৰে পৰিস্থিতিৰ। ৰেলীৰ …
