জাপানীজ এনকেফেলাইটিছৰ পৰা কেনেকৈ নিজক ৰক্ষা কৰিব ? ৰাজ্যত ভয়াৱহ ভাৱে বৃদ্ধি পাবলৈ ধৰিছে জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ৷ গুৱাহাটী মহানগৰীকে ধৰি অসমৰ অন্যান্য জিলাসমূহতো বৃদ্ধি পাবলৈ ধৰিছে জাপানীজ এনকেফেলাইটিছৰ ৰোগ । …
National
-
২৭ জুন, ২০২৫ঃ আৰম্ভ হ’ল পুৰী জগন্নাথ ৰথ যাত্ৰা। উৰিষ্যাৰ পুৰীৰ ৰথ যাত্ৰা ভাৰতৰ অন্যতম প্ৰাচীন আৰু পৱিত্ৰ ধৰ্মীয় তীৰ্থযাত্ৰা। প্ৰতি বছৰে আহাৰ মাহৰ শুক্ল পক্ষৰ দ্বিতীয়া তিথিত পালন কৰা …
-
২৭ জুন, ২০২৫ঃ আজিৰে পৰা আৰম্ভ ঐতিহাসিক জগন্নাথ ৰথ যাত্ৰা। ওড়িশাৰ পুৰীৰ ৰথ যাত্ৰা ভাৰতৰ অন্যতম প্ৰাচীন আৰু পৱিত্ৰ ধৰ্মীয় তীৰ্থযাত্ৰা । প্ৰতি বছৰে আহাৰ মাহৰ শুক্ল পক্ষৰ দ্বিতীয়া তিথিত …
-
পাহাৰীয়া জিলা ডিমা হাছাওত পুনৰ ভূমিস্খলন ৰাজ্যৰ ভিন্ন স্থানত শেহতীয়া দুদিনত দেখা গৈছে বৰষুণৰ প্ৰকোপ। নেৰানেপেৰা বৰষুণৰ ফলত জাতিংগা-লামপুৰ ৰে’লৱে ষ্টেচনৰ সমীপত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। ধাৰাবাহিক ভূমিস্খলনৰ ফলত ৰাজ্যৰ …
-
সাধনাৰ সংগমথলীলৈ ৰূপান্তৰিত শক্তিপীঠ কামাখ্যা দেৱীৰ আশিস বিচাৰি পদব্রজে যাত্রা অসংখ্যজনৰ দেশ- বিদেশৰ অগণন ভক্তপ্রাণ ৰাইজৰ উপস্থিতিৰে সাধনাৰ সংগমথলীলৈ ৰূপান্তৰিত হৈছে কামাখ্যা ধাম। আজি অম্বুবাচী মহাযোগৰ তৃতীয় দিন ।দেশৰ বিভিন্ন …
-
ArticleAssamEducationEntertainmentEnvironmentNationalWorld
উষ্ণতাক লৈ সাংঘাটিক ভুল ধাৰণা
by adminby adminউষ্ণতাক লৈ সাংঘাটিক ভুল ধাৰণা ঋউষ্ণতা জোখা যন্ত্ৰবোৰৰ ভুল নেকি? মাৰ্চ-এপ্ৰিলৰ 32-33°Cতকৈ জুনৰ 31°C-32°C বেছি অশান্তিদায়ক কিয় লাগিছে । ACবোৰক 20-28°Cত ৰাখিব কৈছে, কিন্তু আমি 28°Cতচোন ঘামি-জামি আছোঁ । উত্তৰ …
-
জাতিংগা হৈছে অসমৰ ডিমা হাছাও জিলাৰ অন্তৰ্গত এখন বিশেষ গাঁও। বৰাক উপত্যকাৰ এই ঠাই টুকুৰা পক্ষীৰ আত্মহননৰ কেন্দ্ৰৰূপে জনাজাত। গুৱাহাটীৰ পৰা পশ্চিমে প্ৰায় ৩৩০ কিঃমিঃ দূৰত অৱস্থিত জাতিংগা। হাফলং চহৰৰ …
-
ArticleInternationalNational
আজি আন্তঃ ৰাষ্ট্ৰীয় যোগ দিৱস, যোগ দিৱসৰ দিনা জানো আহক যোগ অভ্যাসৰ উপকাৰীতা সমূহ কি কি?
by pompy dasby pompy dasভাৰতৰ প্ৰাচীন পৰম্পৰাৰ এক অন্যতম মূল্যবান উপহাৰ হৈছে যোগ । যোগাসন বা যোগাভ্যাস হৈছে এবিধ দৈহিক, মানসিক আৰু আধ্যাত্মিক দিশক সাঙুৰি লোৱা ভাৰতীয় পৰম্পৰাগত মূলৰ ৰীতি । প্ৰতিগৰাকী ব্যক্তিয়ে নিজকে …
-
ArticleAssamEducationEnvironmentInternationalNational
মহান শিল্পী বিষ্ণু প্ৰসাদ ৰাভালৈ সহস্ৰ প্ৰণিপাত
মহান শিল্পী বিষ্ণু প্ৰসাদ ৰাভালৈ সহস্ৰ প্ৰণিপাত নিজৰ কালজয়ী গীতেৰে স্বাধীনতা সংগ্ৰামত সকলোকে সাহস দিছিল তেওঁ গীত, নৃত্য তথা অভিনয়েৰে সাংস্কৃতিক জগতখনক এক নতুন দিশ প্ৰদান কৰিছিল তেওঁ ৷ অসমীয়া …
-
ArticleAssamEducationEnvironmentInternationalLifestyleNationalWorld
ক’ত আছে ভাৰতৰ আটাইতকৈ ধুনীয়া গাঁও !
ক’ত আছে ভাৰতৰ আটাইতকৈ ধুনীয়া গাঁও ! জানি আচৰিত হ’ব আপুনি…. ভাৰতৰ কেইখনমান আকৰ্ষণীয় আৰু অস্বাভাৱিক গাওঁ জানো আহক….. প্ৰাকৃতিক সৌন্দৰ্যই সকলোকে আকৰ্ষিত কৰে। কোৱা হয় যে, ভাৰতৰ আত্মা ইয়াৰ …