Home » কাশী বিশ্বনাথ মন্দিৰত কি কৰিছে প্ৰেমিক যুগল আলিয়া আৰু ৰণবীৰে?

কাশী বিশ্বনাথ মন্দিৰত কি কৰিছে প্ৰেমিক যুগল আলিয়া আৰু ৰণবীৰে?

by admin
0 comments

বলিউদৰ জনপ্ৰিয় প্ৰেমিক যুগল সঘনাই চেলুলয়ডত চৰ্চাত থকা ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট উপস্থিত হয় কাশী বিশ্বনাথত। শেহতীয়া কৈ একেলগে চুটিঙ কৰি থকা বলিউদৰ এক বৃহৎ বাজেটৰ চিনেমা “ব্ৰহ্মাস্ত্ৰ”ৰ চুটিঙ ইতিমধ্যেই সামৰণি মাৰিছে। বলিউদৰ আয়ান মুখাৰ্জীৰ পৰিচালনাত নিৰ্মান হৈ থকা ব্ৰহ্মাস্ত্ৰৰ চুটিঙ সামৰি চিনেমাখনৰ সফলতাৰ আশাৰে বিশ্বনাথ মন্দিৰত উপস্থিত হয়। উল্লেখ্য যে, বলিউদৰ পৰিচালক মহেশ ভাটৰ কন্যা আলিয়াৰ লগত এই চিনেমা খনৰ চুটিঙৰ সময়ৰ কেইবাখনো অন্তৰংগ মুহূৰ্তৰ ফটো ভাইৰেল হৈছিল।

You may also like

About Us

Assam Talks is an Indian Assamese-language news channel based in Guwahati.

Recent Posts

Guide Map