Thursday, October 15, 2026
Eng
Home » সাগৰৰ মাজত কি কৰিছে বিকি-কেটৰিণাই !

সাগৰৰ মাজত কি কৰিছে বিকি-কেটৰিণাই !

by admin
0 comments

বৰ্তমান বলীউডৰ অন্যতম চৰ্চিত যুটি বিকি কৌশল আৰু কেটৰিনা কাইফ। অলপতে এই দুই জনপ্ৰিয় তাৰকা বিকি কৌশল আৰু কেটৰিনা কাইফে ছচিয়েল মিডিয়াত কেইবাখনো ফটো পোষ্ট কৰিছে । যি কেইখন ফটো বৰ্তমান ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

বিবাহৰ পাছত দুই তাৰকাই সাগৰৰ পাৰত অন্তৰংগ মুহূৰ্ত পাৰ কৰিছে। সাগৰৰ নীলাৰ মাজত দুই জনপ্ৰিয় তাৰকা। ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এই ফটো কেইখনে সম্প্ৰতি অনুৰাগীৰ মাজত চৰ্চিত হৈ পৰা দেখা গৈছে।

You may also like