24
মাছুদ আজহাৰৰ পৰিয়ালৰ ১৪ সদস্যৰে মৃত্যু ঘটিল এই আক্ৰমণত । মিছাইলৰ আক্ৰমণত মাছুদৰ ভাতৃ ৰৌফ অছগৰ আক্ৰমণত মৃত্যু হোৱা খবৰ ।
ভাৰতৰ আক্ৰমণত ৰৌফ অছগৰৰ পুত্ৰ-বোৱাৰীও নিহত।
সন্ত্রাসবাদী মাছুদ আজহাৰো নিহত হোৱা বুলি ওলাইছে খবৰ। মাছুদে আশ্রয় লৈ থকা মাদ্রাছাত নিক্ষেপ কৰা হৈছিল ৪টা টাকৈ মিছাইল ।
২০০১ৰ সংসদ ভৱনত আক্রমণৰ সৈতে জড়িত আছিল মাছুদ ।
২০০৮ৰ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইন্ড আছিল মাছুদ। ২০১৬ৰ পাঠানকোট আক্রমণৰ সৈতেও জড়িত আছিল মাছুদ ।
২০১৯ৰ পুলৱামা আক্রমণতো জড়িত আছিল এই সন্ত্রাসবাদীজন ।২০০০ত মাছুদে গঠন কৰিছিল জঈছ-ঈ-মহম্মদ