মুখ্যমন্ত্ৰীৰ যোগীৰ ডাঙৰ ঘোষণা অগ্নিবীৰে লাভ কৰিব ২০ শতাংশ সংৰক্ষণ। ভাৰত নতুন শক্তি হিচাপে উত্থান ঘটিছে, পাকিস্তানে তীৰ্থযাত্ৰীক লক্ষ্য কৰি লৈছে। অপাৰেচন সিন্দুৰত আমাৰ সেনাই ২২ মিনিটত সন্ত্ৰাসবাদী শিবিৰ ধ্বংস …
National
-
ArticleAssamEducationEntertainmentEnvironmentInternationalLifestyleNationalNortheast
এগৰাকী কইনা, দুগৰাকী দৰা
by adminby adminএখন ব্যতিক্ৰমী বিয়াক লৈ এতিয়া চলিছে চৰ্চা । যত এগৰাকী কইনা সৈতে দৰা হিচাপে বিয়াত বহিছে দুই ভাতৃ । কইনাগৰাকীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ সুখী দুয়ো। কোনো ঘটনা নহয়, এয়া …
-
ArticleAssamEducationEntertainmentEnvironmentInternationalLifestyleMeghalayaNationalNortheastWorld
মেঘালয় যোৱাৰ পৰিকল্পনা কৰিছে নেকি?
মেঘালয় যোৱাৰ পৰিকল্পনা কৰিছে নেকি? তাৰ আগত জানি লওঁক এই কথাকেইটা সৌন্দৰ্যতাৰে ভৰপূৰ এখন ঠাই হৈছে মেঘালয় ।চুবুৰীয়া ৰাজ্য মেঘালয় পৰ্যটনৰ ক্ষেত্ৰৰ বাবে বিখ্যাত। ৰাজ্যখনত বহু ধুনীয়া পৰ্যটনস্থলী আছে। প্ৰতিদিনে …
-
পুনৰ বিমান দূৰ্ঘটনা উৰণৰ কিছু মুহূৰ্তৰ পিছতেই ভূপতিত যাত্ৰীবাহী বিমান লণ্ডনৰ চাউথেণ্ড বিমানবন্দৰত ভয়ংকৰ বিমান দুর্ঘটনা। চাউথেণ্ড বিমানবন্দৰৰ পৰা নেডাৰলেণ্ডছলৈ উৰা মৰাৰ মুহূৰ্ততে সংঘটিত এই অঘটন। এই দুর্ঘটনা কথা সদৰী …
-
ArticleAssamEducationEntertainmentEnvironmentInternationalLifestyleNationalNortheastWorld
গ্ৰীষ্মকাল আৰু আমি পিন্ধা বস্ত্ৰৰ প্ৰকৃতি!
by pompy dasby pompy dasগ্ৰীষ্মকাল আৰু আমি পিন্ধা বস্ত্ৰৰ প্ৰকৃতি! গৰমে দহিছে ৰাজ্য৷ উৎকট গৰম, ৰাজ্যত ক্ৰমাত বৃদ্ধি পাইছে গ্ৰীষ্মৰ প্ৰবাহ৷ জটিল হৈ পৰিছে জনসাধাৰণৰ জনজীৱন৷ গ্ৰীষ্মকালত আমি পিন্ধা বস্ত্ৰৰো আছে বিশেষ প্ৰকৃতি ৷ …
-
ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলাৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়।আলোচনাৰ অন্তত ব্ৰাজিলৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘গ্ৰেণ্ড কলাৰ অৱ দ্য নেচনেল অৰ্ডাৰ অৱ দ্য চাউদাৰ্ণ ক্ৰছ’ৰে সন্মানিত কৰা …
-
ArticleAssamEducationEntertainmentEnvironmentInternationalLifestyleNationalNortheastWorld
ভাৰতীয় নৌসেনাত প্ৰথমগৰাকী মহিলা যুঁজাৰু পাইলট নিযুক্তি
ভাৰতীয় নৌসেনাত প্ৰথমগৰাকী মহিলা যুঁজাৰু পাইলট নিযুক্তি ভাৰতক গৌৰাম্বিত কৰা এক বাতৰি ৷ ভাৰতৰ সুৰক্ষা বাহিনীত সংযোজিত হৈছে এক নতুন অধ্যায় ৷ ভাৰত নৌ সেনা বাহিনীত নিযুক্তি দিয়া হৈছে এগৰাকী …
-
ArticleAssamEducationEntertainmentEnvironmentInternationalLifestyleNationalNortheastSportsWorld
‘কেপ্তেইন কুল’ৰ ওপজা দিন
by adminby admin‘কেপ্তেইন কুল’ৰ ওপজা দিন ৪৪ বৰ্ষীয় হ’ল মহেন্দ্ৰ সিং ধোনী আজি ‘কেপ্তেইন কুল’ মহেন্দ্ৰ সিং ধোনীৰ ওপজা দিন । ৪৪বৰ্ষীয় হ’ল টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়কগৰাকী। মহেন্দ্ৰ সিং ধোনীৰ জন্ম ১৯৮১চনৰ …
-
ArticleAssamEducationEnvironmentInternationalLifestyleNationalNortheastWorld
কৰ্কট ৰোগ মানে ভয়ৰ কাৰণ নেকি?
by pompy dasby pompy dasকৰ্কট ৰোগ মানে ভয়ৰ কাৰণ নেকি? কৰ্কট ৰোগৰ কাৰক কি? এই ৰোগৰ চিকিৎসাৰ পদ্ধতি কি কি? কৰ্কট ৰোগ বা কেঞ্চাৰ ই হৈছে এক মাৰাত্মক বেমাৰ ৷ এবাৰ কোনো লোক কৰ্কট …
-
ArticleAssamEducationEntertainmentEnvironmentInternationalLifestyleNationalNortheastWorld
ANTI AGING কি আৰু ইয়াৰ দৰৱৰ প্ৰভাৱ।
ANTI AGING কি আৰু ইয়াৰ দৰৱৰ প্ৰভাৱ। Anti aging বুলিলে পৰাপক্ষত বাধক্য বিৰোধী বুলিয়েই ধৰি ল’ব পাৰি। পুৰুষ মহিলা উভয়েই ডেকা গাভৰু বা চিৰ তৰুণ হৈ থাকিব বিচাৰে। ষ্ট্ৰেচ,টেনশন,অৱসাদ আৰু …